This browser does not support the video element.
ডুমডুমা: ফিলবাৰীত চিত্ৰম কলাকেন্দ্ৰ আৰু ফিলবাৰী মইনা পাৰিজাতৰ গৃহত চুৰিকাণ্ড
Doom Dooma, Tinsukia | Sep 11, 2025
ফিলবাৰীত চিত্ৰম কলাকেন্দ্ৰ আৰু ফিলবাৰী মইনা পাৰিজাতৰ গৃহত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় । চোৰে কেন্দ্ৰটোত সোমাই কেন্দ্ৰটোৰ আচবাব লৈ যোৱাৰ লগতে অন্যান্য সামগ্ৰী লণ্ড ভণ্ড কৰে । উল্লেখযোগ্য যে উক্ত কেন্দ্ৰটো পূৰ্বতে ৰৱৰ গুৰি প্ৰাথমিক বিদ্যালয় আছিল ।