Download Now Banner

This browser does not support the video element.

বাক্সা: বাগানপাৰাত ডাইভাৰ্চ পিপুলচ অৰ্গানেইজেচন গঠন সম্পৰ্কে সংবাদ মেল অনুষ্ঠিত

Baska, Baksa | Sep 4, 2025
বাক্সা জিলাৰ বাগানপাৰাত আজি ডাইভাৰ্চ পিপুলচ অৰ্গানেইজেচন নামৰ সংগঠনটো গঠন সম্পৰ্কে সংবাদ মেল অনুষ্ঠিত হয়। সংগঠনটো আৰ্থ সামাজিক দিশৰ উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ বাবে গঠন কৰা হয় বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই।
Read More News
T & CPrivacy PolicyContact Us