This browser does not support the video element.
ওদালগুৰি: উত্তৰ ডিমাকুচিত বিজেপিৰ যোগদান আৰু কাৰ্যালয় মুকলি সভা অনুষ্ঠিত হয়, উপস্থিত থাকে জিলা বিজেপিৰ সাধাৰণ সম্পাদক
Udalguri, Udalguri | Sep 7, 2025
ভেৰগাঁও পৰিষদীয় সমষ্টিৰ উত্তৰ ডিমাকুচিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি সভা অনুষ্ঠিত হয়। উক্ত সভাতে শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। ইপিনে নতুনকৈ যোগদান কৰা সদস্য সকলক টূপী গামোচা পিন্ধাই দললৈ আদৰণি জনালে জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ লগতে দলৰ নেতৃত্বই। আনহাতে সভা খনত ভেৰগাও মণ্ডল বিজেপিৰ সভাপতি ফটিক কচাৰী,ভিচিডিচিৰ অধ্যক্ষ, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।