This browser does not support the video element.
বৰপেটা: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কয়াকুছিৰ বাসভৱন গৈ জিলা পৰিষদৰ সদস্য, সদস্যাসকলে বিধায়ক গৰাকীক সম্বৰ্ধনা জনায়
Barpeta, Barpeta | Sep 3, 2025
বৰপেটা জিলাৰ পৰা কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য, সদস্যাসকলে বুধবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কয়াকুছিৰ বাসভৱনত সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সকলো কেইজন নিৰ্বাচিত প্ৰতিনিধিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ জড়িয়তে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে । উক্ত কাৰ্যসূচীত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকেও উপস্থিত থাকে ৷