This browser does not support the video element.
মঙলদৈ ভাগ: খাৰুপেতীয়া প্ৰেছ ক্লাবৰ গৃহ শুভ উদ্বোধন কৰে বিধায়ক মজিবুৰ ৰহমানে
Mangaldoi Part, Darrang | Aug 23, 2025
খাৰুপেতীয়া প্ৰেছ ক্লাবৰ গৃহ শুভ উদ্বোধন কৰে শনিবাৰে আবেলি 4 মান বজাত দলগাও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে।এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক গৰাকীৰ লগতে এআইউইএফ দলৰ সাধাৰণ সম্পাদকৰ মইনুন্দিন আহমেদ ,লগতে সাংবাদিক সকল