Download Now Banner

This browser does not support the video element.

নগাঁও: সোমবাৰে জখলাবন্ধা আৰক্ষীৰ দুই ৰাউণ্ড গুলিচালনা এখন বাহনলৈ,মঙলবাৰে পুৱা মন্তব্য কলিয়াবৰত মন্তব্য সমজিলা আৰক্ষী অধীক্ষকৰ

Nagaon, Nagaon | Aug 26, 2025
সোমবাৰে নিশা প্ৰায় ১১ মান বজাত জখলাবন্ধা আৰক্ষীৰ দুই ৰাউণ্ড গুলিচালনা।মঙলবাৰে পুৱা প্রায় ৯ মান বজাত মন্তব্য কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক।জখলাবন্ধা আৰক্ষী নিৱেশ এলেকাত সোমবাৰে নিশা চাঞ্চল্যকৰ ঘটনা - জখলাবন্ধা আৰক্ষীৰ গুলি চালনাৰ ঘটনা ।নগাঁও দিশৰ পৰা উজনি অভিমুখে ৩৭ নম্বৰ ঘাই পথেৰে আহি থকা এখন চাৰিচকীয়া বাহনক সন্দেহবশত: আৰক্ষীয়ে জখলাবন্ধা ৰেলগেটৰ সন্মুখত ৰ'বলৈ সংকেত দিয়ে যদিও বাহনখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত একৰাউণ্ড গুলিচালনা কৰে। আৰক্ষীয়ে
Read More News
T & CPrivacy PolicyContact Us