Download Now Banner

This browser does not support the video element.

ডুমডুমা: ছৈখোৱা ডাঙৰীত কলা বেজ পৰিধান কৰি প্ৰতিবাদ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ

Doom Dooma, Tinsukia | Sep 8, 2025
১০/১৫ বছৰে অস্থায়ী স্বাস্থ্য কৰ্মীসকলে দায়ীত্ব পালন কৰি আহিছে কিন্ত আজিলৈকে চৰকাৰে কোনো কানসাৰ নিদিয়াত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ আহ্বান মর্মে সোমবাৰে ছৈখোৱা ৰাজ্যিক চিকিৎসালয়ত আৰু ডাঙৰী অসামৰিক চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰি চৰকাৰক অতি শ্ৰীঘ্ৰে দৰমহাসমুহ মুকলাই দিবলৈ চৰকাৰক কাতৰ আহবান জনাই।
Read More News
T & CPrivacy PolicyContact Us