Install App
priyanka1162
This browser does not support the video element.
পূব যোৰহাট: কেন্দুগুৰি বাইপাছৰ সমীপৰ অইল ইণ্ডিয়া গেটৰ সন্মুখত পথ দুৰ্ঘটনা ,CC কেমেৰাত বন্দী দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য
Jorhat East, Jorhat | Aug 23, 2025
যোৰহাট কেন্দুগুৰি বাইপাছৰ সমীপৰ অইল ইণ্ডিয়া গেটৰ সন্মুখত পথ দুৰ্ঘটনা । CC কেমেৰাত বন্দী দুৰ্ঘটনাৰ দৃশ্য । আঘাতপ্ৰাপ্ত এজন । যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত হোৱাৰ ভয়ংকৰ দৃশ্য বন্দী CC কেমেৰাত । এখন ইনভা বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে মটৰ চাইকেল আৰোহীয়ে । গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে মটৰ চাইকেল আৰোহী গৰাকী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!