Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা আয়ূক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা , উপস্থিত জিলা আয়ুক্ত

Mankachar, South Salmara-Mankachar | Sep 4, 2025
শনিবাৰে আবেলি আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা স্বাস্থ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক‌ অনুষ্ঠিত হয়। উক্ত পৰ্যালোচনা বৈঠকত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা,জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক‌,জিলা চিকিৎসালয়ৰ অধীক্ষককে আদি জেষ্ঠ্য চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকল উপস্থিত আছিল।
Read More News
T & CPrivacy PolicyContact Us