This browser does not support the video element.
টিয়ক: জগদুৱাৰত ভয়ংকৰ অগ্নিকাণ্ড , অগ্নিদগ্ধ তিনি গৰাকী মহিলা
Teok, Jorhat | Sep 13, 2025
টীয়ক জগদুৱাৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিদগ্ধ তিনি গৰাকী মহিলা । চাৰিলেন যুক্ত ঘাইপথত আজি দুৰ্ঘটনা গ্ৰস্ত হৈছিল তেলভৰ্তি এখন টেঙ্কাৰ । এই টেঙ্কাৰৰ পৰা নিৰ্গত তেলত লগা জুইৰ ফলত জগদুৱাৰ অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। দুৰ্ঘটনাগ্ৰস্ত টেঙ্কাৰ খন উঠাই লৈ যোৱাৰ পাছত পথত পৰি ৰোৱা তেলত কেনেবাকৈ জুইৰ সুত্ৰপাত হোৱাত পথৰ কাষতে থকা জগদুৱাৰ নৈত জুই সম্পসাৰণ হয়।