Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: আগন্তুক বিটিচি নিৰ্বাচন লৈ কাজলগাঁওস্থিত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং

India | Aug 24, 2025
আজি চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত জিলা জেষ্ঠ আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং,বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে আৰক্ষী সঞ্চালক প্ৰধান জনে বিটিচিৰ প্ৰতিখন জিলাৰ আইন শৃঙ্খলাৰ বুজ লোৱাৰ বাবে উপস্থিত হৈছে,আৰক্ষী সঞ্চালক প্ৰধান জনে চিৰাং জিলা আৰক্ষীৰ অভিবাদন লোৱাৰ পিছতে জিলা আৰক্ষীৰ জেষ্ঠ বিষয়া সকলৰে মিলিত হয় সভাত ।
Read More News
T & CPrivacy PolicyContact Us