This browser does not support the video element.
আজাৰা: ৰাজ্যত পুনৰ ধুমুহা, বতাহ, বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভৱনা ব্যক্ত বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ
Azara, Kamrup Metropolitan | Apr 2, 2024
ৰাজ্যত পুনৰ ধুমুহা,বতাহ, বৰষুণ আৰু শিলাবৃষ্টিৰ আছে পূৰ্ণ সম্ভৱনা। বংগপোসাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু অসমত পৰিব ধুমুহা, বতাহ বৰষুণৰ প্ৰভাৱ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিব দিয়া মতে আগন্তুক ২৪ ঘন্টাত উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ কিছু জিলাৰ কিছু কিছু ঠাইত ৪৫-৫০ গতিবেগত ধুমুহাৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।