Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: মহানগৰৰ মিলনগৰত অনুষ্ঠিত সাহিত্যিক ডাঃ নোমল পেগুৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক ভুৱন পেগু
Dibrugarh East, Dibrugarh | Aug 27, 2025
আজি বুধবাৰে থিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিশিষ্ট সাহিত্যিক ডাঃ নোমল পেগুৰ জন্মশতবাৰ্ষিকী উদযাপন অনুষ্ঠানটো সামৰণি পৰে বিয়লি ৫ বজাত। ডিব্ৰুগড় মহানগৰৰ মিলনগৰৰ মুৰং অকুমত ডাঃ নোমল পেগু ন্যাস আৰু ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয় জন্মবাৰ্ষিকী। বাৰেৰহীনয়া সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত জন্মশতবাৰ্ষিকী অনুষ্ঠানটোত উপস্থিত থাকে বিধায়ক ভূৱন পেগু
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!