This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰত পৌৰসভাৰ বিৰুদ্ধে ই ৰিক্সা চালকৰ প্ৰতিবাদ
Dhubri Part, Dhubri | Sep 6, 2025
গৌৰীপুৰত প্ৰতিখন ই-ৰিক্সা চালকৰ পৰা ১০ টকাকৈ সংগ্ৰহ। ১০ টকাকৈ নিদিলে নিদিলে চালকক প্ৰহাৰ কৰাৰ অভিযোগ। আজি এগৰাকী বয়স্ক চালকক প্ৰহাৰ কৰাৰ অভিযোগ। ই ৰিক্সা চালক সকলে বন্ধ একগোটহৈ পৌৰসভাৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।