Download Now Banner

This browser does not support the video element.

মৰঙী: দুৰ্গা পূজাৰ প্ৰস্তুতিৰ বুজ লবলৈ ধনশিৰী ঘাটত উপস্থিত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত

Morangi, Golaghat | Sep 25, 2025
দুৰ্গা পূজাৰ প্ৰস্তুতিৰ বুজ লবলৈ বৃহস্পতি বিয়লি প্ৰায় ৩ বজাত ধনশিৰী ঘাটত উপস্থিত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত l আগন্তুক দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত তাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ গোলাঘাট জিলাৰ জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন বিসৰ্জন ঘাটবোৰ পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি ঘাত পৰিদৰ্শন কৰে । এই সময়ছোৱাত সুৰক্ষিত বিসৰ্জন নিশ্চিত কৰিবলৈ লগতে কোনো যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়,তাৰ ওপৰত নজৰ ৰাখিবৰ বাবে সংশ্লিষ্ট বিভাগ আৰু জনতালৈ আহ্বান জনায় জিলা আয়ুক্ত গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us