Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰৰ মাধতাৰিত ৰাইজে কৰায়ত্ত কৰে এটা ছাগলী চোৰক,ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক

Nagaon, Nagaon | Oct 6, 2025
কলিয়াবৰৰ মাধতাৰিত সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৰাইজে কৰায়ত্ত কৰে এটা ছাগলী চোৰক। ৰাইজৰ ৰোষত পৰাৰ পৰা বাচিবলৈ কলঙত জাপ দি পলায়ণৰ চেষ্টা চোৰটোৰ। অৱশেষত ৰাইজে কৰায়ত্ত কৰে চোৰটোক। স্থানীয় ৰাইজে উত্তম মাধ্যম সুধাই চোৰটোক গতাই দিয়ে কলিয়াবৰ আৰক্ষীক।উল্লেখ্য যে কিছুদিন পূৰ্বে মাধতাৰি গাঁৱৰ পৰা ছাগলী চুৰি কৰিছিল চোৰটোৱে। চুৰি হোৱা ছাগলীৰ গৰাকীয়ে চোৰটোক চিনাক্ত কৰি অৱগত কৰিছিল আৰক্ষীক। তেতিয়াৰে পৰা তেজপুৰত আত্মগোপন কৰি আছিল চোৰটোৱে। সোমবাৰে ঘৰলৈ উভতি অহাৰ সময়তে ৰাইজে কৰা
Read More News
T & CPrivacy PolicyContact Us