This browser does not support the video element.
বোকাখাত: নুমলীগড়ত প্ৰধানমন্ত্ৰী ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ জিলা আয়ুক্তৰ লগতে শোধানাগাৰ কৰ্তৃপক্ষৰ লগত সভা অনুষ্ঠিত
Bokakhat, Golaghat | Sep 9, 2025
নুমলীগড়ত প্ৰধানমন্ত্ৰী ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ জিলা আয়ুক্তৰ লগতে শোধানাগাৰ কৰ্তৃপক্ষৰ লগত মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত সভা অনুষ্ঠিত l বিশ্বৰ প্ৰথমটো ২-জি ইথানল উদ্যোগ নুমলীগড় শোধনাগাৰ লিমিটেডৰ যৌথ উদ্যোগত স্থাপন কৰা হৈছে। ১৪ ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক উদ্যোগৰ শুভ উদ্বোধন কৰি এখনি ৰাজহুৱা সভা সম্বোধন কৰিব।প্ৰধানমন্ত্ৰীৰ এই আগন্তুক ভ্ৰমণ কাৰ্যসূচী সফলৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যৰে আজি এক সভা অনুষ্ঠিত কৰা হয় l