This browser does not support the video element.
ডিফু: ডিফুত বিভিন্ন দল সংগঠনৰ কাৰ্বি আংলঙত পিজিআৰ,ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী অৱস্থান ধৰ্ণা ৰূপায়ন
Diphu, East Karbi Anglong | Sep 6, 2025
শণিবাৰে দিনৰ ১ বজাত ডিফুৰ ৰংখেলানত প্ৰতিবাদ কাৰী সকলে কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ লিটচন ৰংফাৰৰ নেতৃত্বত সাব্যস্ত কৰে প্ৰতিবাদ ৷ তদুপৰি পাহাৰতো কেন্দ্ৰীয় চৰকাৰৰ অনুপ্ৰৱেশকাৰী আৰু বিদেশী ৰেহাই ২০২৫ৰ বিৰুদ্ধাচৰণ কৰে প্ৰতিবাদকাৰীয় সকলে ৷ মুখ্যমন্ত্ৰী যদি প্ৰকৃততে অসমীয়া কেন্দ্ৰক এই আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷ লিটছন ৰংফাৰে ধৰ্মৰ ভিত্তিত অসমত বৰ্তমান উচ্ছেদ চলিছে বুলি অভিযোগ কৰে