This browser does not support the video element.
ডুমডুমা: সদৰত জিলা প্ৰশাসনৰ সৌজন্যত বিভিন্ন সংগঠনৰ উদ্যোগত সুধাকণ্ঠৰ শতবাৰ্ষিকী জন্মজয়ন্তী উদযাপন
Doom Dooma, Tinsukia | Sep 8, 2025
সোমবাৰে তিনিচুকীয়া চহৰত জিলা প্ৰশাসনৰ সৌজন্যত বিভিন্ন সংগঠনৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্মজয়ন্তী উদযাপন। সুধাকণ্ঠগৰাকীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰাৰ লগতে দুপৰীয়া প্ৰায় ২.৩০মিনিটত তিনিচুকীয়া ৰ বিধায়ক সঞ্জয় কিষান, চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা ৰ উপস্থিতিত সুধাকণ্ঠৰ কালজয়ী গীতেৰে সোঁৱৰে ।