Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: চহৰত আগতীয়া দীপাৱলী, বিপিএফৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আৰু প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰীৰ জয়লাভ
Udalguri, Udalguri | Sep 26, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গননা ২৬ চেপ্তেম্বৰৰ পুৱাৰে পৰা অনুষ্ঠিত হয়। আনহাতে বিপিএফ দলে একক সংখ্যা গৰিষ্ঠ লাভ কৰাৰ দিশে আগবাঢ়িছে। ইতিমধ্যে বিপিএফ দলৰ কেইবা গৰাকীও প্ৰাৰ্থীৰ লগতে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী আৰু খৈৰাবাৰীত প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে।সেয়ে ওদালগুৰি চহৰত জিলা বিপিএফে ফটকা ফুটাই আগতীয়া দীপাৱলীৰ আয়োজন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!