This browser does not support the video element.
নগাঁও: কামপুৰৰ মিনাপামত ৰাইজে আটক কৰে এটা কবিৰাজ, চমজাই দিয়ে কামপুৰ আৰক্ষীক
Nagaon, Nagaon | Aug 21, 2025
কামপুৰৰ মিনাপামত এজন লোকক আটক,বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত স্থানীয় ৰাইজে আটক কৰে লোকজনক। ধৃত লোকজনে মানুহৰ ঘৰে ঘৰে গৈ কবিৰাজী কৰি কৌশলৰে লুটি নিয়ে মহিলাৰ আ - অলংকাৰ। যাৰ বাবে ৰাইজে আটক কৰে ব্যক্তি গৰাকীক। ধৃত লোকজন হোজাইৰ জাফৰ আলী বুলি জানিব পৰা গৈছে । ধৃত জাফৰ আলীক অধিক তথ্যৰ বাবে কামপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।