Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: থেকেৰাবাৰীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

Mangaldoi Part, Darrang | Aug 25, 2025
মঙলদৈ বন বিভাগৰ অন্তৰ্গত থেকেৰাবাৰীত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰে। এডাল গছত আছিল সাপ দাল। স্হানীয় ৰাইজে উদ্ধাৰ কৰা পিছত বন বিভাগৰ লোক উপস্থিত হয় সাপ দাল বন বিভাগৰ কাৰ্য্যালয়লৈ লয় জায়।সাপ দাল প্ৰায় 12 ফুট মান দৈৰ্ঘ্য হব
Read More News
T & CPrivacy PolicyContact Us