This browser does not support the video element.
ধুবুৰী ভাগ: তামাৰহাটত ধর্ষণকাৰী সাহা জামাল শেখক গ্ৰেপ্তাৰ
Dhubri Part, Dhubri | Aug 31, 2025
তামাৰহাট থানাৰ আৰক্ষী অভিযান চলাই ধর্ষণকাৰী সাহা জামাল শেখক গ্ৰেপ্তাৰ। গোসাঁইগাঁৱৰ হংশবিল গাঁৱৰ সাহেৰ আলীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে তামাৰহাট আৰক্ষীয়ে। সাত মাহ পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাৱালিকা কিশোৰীক বলপূৰ্বক ধৰ্ষণ কৰি অশ্লীল ফটো,ভিডিও মোবাইলত আৱদ্ধ কৰি ব্লেক মেইল কৰি আহিছিল ধৰ্ষণকাৰী সাহাজামাল শেখ।