Install App
mokib786
This browser does not support the video element.
মানকাচৰ: NALSA Scheme-25অনুসৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ SAMVAD Unit ৰ উদ্যোগত পানকাটাত জনজাতীয় সম্প্ৰদায়ৰ লোকৰ মাজত সজাগতা সভা
Mankachar, South Salmara-Mankachar | Aug 22, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ৩ বজাত NALSA Scheme 2025 অনুসৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ SAMVAD Unit ৰ উদ্যোগত পানকাটাত জনজাতীয় সম্প্ৰদায়ৰ লোকৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পানকাটাত জনজাতীয় সম্প্ৰদায়ৰ লোকৰ মাজত সিহঁতৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, বিভিন্ন চৰকাৰী কল্যাণ আঁচনি আৰু বিনামূলীয়া আইনী সাহায্যৰ ওপৰত আলোচনা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!