Download Now Banner

This browser does not support the video element.

নগাঁও: পুৰণিগুদামত জিলা সদৰ স্থান বঢ়মপুৰ সমষ্টিৰ মধ্যস্থলত স্থাপনৰ দাবীত AJYCP য়ে গ্ৰহণ কৰা অৱস্থান ধৰ্মঘটৰ সফল সামৰণি

Nagaon, Nagaon | Jan 27, 2025
নগাঁও জিলা পুৰণিগুদামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন। সম জিলা সদৰ স্থান বঢ়মপুৰ সমষ্টিৰ মধ্যস্থলত স্থাপনৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে পুৰণিগুদাম আঞ্চলিক সমিতিৰ উদ্যোগত তথা বঢ়মপুৰ সমষ্টিৰ উপ জিলা নাগৰিক সভাৰ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। 📌 সম জিলা সদৰ স্থান বঢ়মপুৰ সমষ্টিৰ মধ্যস্থলত স্থাপন কৰাৰ দাবী উত্থাপন কৰে বঢ়মপুৰ সমষ্টিৰ ব
Read More News
T & CPrivacy PolicyContact Us