Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত হাঁহচৰা ৰেলৱে পূজা আদি কৰি কেইবাখনো পূজাত উপস্থিত হৈ মা দূর্গাৰ আৰ্শীবাদ গ্ৰহণ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ

Doom Dooma, Tinsukia | Sep 30, 2025
আজি মঙ্গলবাৰে অষ্টমীৰ পৱিত্ৰ দিনটোত ডুমডুমাৰ হাঁহচাৰা ৰেলৱে পূজা, হাঁহচৰা চাহ বাগিছা পূজা, হাঁহচাৰা ষ্টাফ পূজা আৰু ৰাইডাং চাহ বাগিছা, দৈদাম জংগলী লাইন আৰু দৈদাম ৰাজহুৱা পূজা মণ্ডপত উপস্থিত হৈ দেৱী মাৰ শ্ৰীচৰণত অসমবাসীৰ সমৃদ্ধি আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰি শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us