Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত গোণা মহ সহ ট্ৰাক জব্দ,জব্দকৃত ট্ৰাকৰ পৰা ১৬ টা গোণা মহ উদ্ধাৰ

Dhubri Part, Dhubri | Oct 13, 2025
ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযানত উত্তৰ ৰায়পুৰ গৌৰাং বজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক সহ গোণা মহ উদ্ধাৰ কৰে । আকৌ পূষ্পা ষ্টাইলত বহি: ৰাজ্য পশ্চিমবঙ্গৰ পৰা আলুৰ বস্তাৰ তলত গোপন কৈ চেম্বাৰ বনাই ১৬ টাকৈ গোণা মহ AS 01 KC / 9887 নম্বৰৰ ট্ৰাকেৰে গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখে গৈ আছিল।
Read More News
T & CPrivacy PolicyContact Us