Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: শাৰদীয় দুৰ্গাপূজা প্ৰাগ মূহুৰ্তত গৌৰীপুৰত অঘটন,উদ্ধাৰ অচিনাক্ত মৃতদেহ

Dhubri Part, Dhubri | Oct 1, 2025
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মলাতিখামাৰত ট্ৰেইন লাইনৰ ঘনজঙ্ঘলৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহতটো। স্থানীয় ৰাইজে পথৰ দাতিত পৰি থকা অৱস্থাত প্ৰত্যেক কৰে। উক্ত ঘটনাই একপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, হত্যা নে দুৰ্ঘটনা। ইতিমধ্যে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী আহি উপস্হিত হৈছে।
Read More News
T & CPrivacy PolicyContact Us