শনিবাৰে দিনৰ ৩ মান বজাত বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ গোৰেশ্বৰ বেঙেনাআটি সত্ৰ খেল পথাৰত অনুষ্ঠিত হয় বিজেপিৰ বিজয় সংকল্প যাত্ৰা।সংকল্প দিৱসৰ কাৰ্যসুচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপি নেতা ৰাতুল শৰ্মাই।সভাত কেবা হাজাৰ বিজেপি কৰ্মী সমৰ্থক উপস্থিত থাকে।