মঙ্গলবাৰে দক্ষিণ শা: মানকাছাৰ জিলা BJP ৰ এটা সজাতি দলে মন্ত্ৰী ৰঞ্জিত দাসক সাক্ষাৎ কৰি বিভিন্ন সমস্যা অৱগত কৰে । আজি দক্ষিণ শা: মানকাছাৰ জিলা BJP ৰ এটা সজাতি দল জিলা খনৰ বিভিন্ন সমস্যা লৈ ধুবুৰীত পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসক সাক্ষাৎ কৰে আৰু বিভিন্ন সমস্যা অৱগত কৰে। উল্লেখ যোগ্য যে আজি বিভিন্ন বিভিন্ন গাঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতি ,পঞ্চায়ত প্ৰতিনিধি সকলে মন্ত্ৰী জনক সাক্ষাৎ কৰে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।