Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: ইমিগ্ৰেচন এণ্ড ফৰেইনাৰছ (এক্সেমপচন) অৰ্ডাৰ ২০২৫ৰ বিৰোধিতাৰে মৰিগাঁও চহৰত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
Marigaon, Morigaon | Sep 4, 2025
কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰ পূৰ্বে অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খিষ্ট্ৰানে ভাৰতত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰ এই ঘোষণাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও চহৰটো মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে আৰু Immigration and Foreigners (Exemption) Order, 2025 ৰ প্ৰতিলিপি দাহ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!