Download Now Banner

This browser does not support the video element.

শদিয়া: শদিয়াৰ এটা তেলডিপোত ৰখাই থোৱা অৱস্থাত নয়নমনি নামৰ বাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

Sadiya, Tinsukia | Aug 22, 2025
শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাত শদিয়াত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ৰখাই থোৱা অৱস্থাত এখন বাছত অগ্নিকাণ্ডটো সংঘটিত হয় । অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনৰ নাম নয়নমণি বুলি জানিবলৈ পৰা গৈছে । নিজৰাপাৰৰ ওচৰৰ তেলডিপোত ৰখাই থোৱা আছিল বাছ খন । যাৰ ফলত কথমপী ৰক্ষা পৰে অঞ্চলটো । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নির্বাপন কৰিবলৈ সক্ষম হয় । যান্ত্ৰিক বিজুতিৰ বাবে এনে ঘটনা সংঘটিত হল বুলি সন্দেহ কৰা হৈছে।
Read More News
T & CPrivacy PolicyContact Us