Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: NSUIৰ উদ্যোগত বিলাসীপাৰা মহাবিদ্যালয়ত NSUIৰ সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণি

Dhubri Part, Dhubri | Sep 26, 2025
কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনৰ গোটেই অসমজুৰি চলি থকা ৰাজ্যিক NSUIৰ সদস্য ভৰ্তি কাৰ্যসূচীৰ লগতে আজি বিলাসীপাৰাত ধুবুৰী জিলা NSUI’ৰ উদ্যোগত এক সদস্য ভৰ্তি অভিযান চলোৱা হয়। সমান্তৰালভাৱে বিলাসীপাৰা চহৰ স্থিত বিলাসীপাৰা মহাবিদ্যালয়ত সদস্য ভৰ্তি অভিযান চলোৱা হয়। উক্ত সদস্য ভৰ্তি অভিযানত মহাবিদ্যালয় খনৰ শতাধিক ছাত্ৰছাত্ৰীয়ে যোগদান কৰে NSUI’ত ।
Read More News
T & CPrivacy PolicyContact Us