Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত হিন্দু মুছলমান একগোট হৈ সূৰ্য্যকণ্ঠ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত

Dergaon, Golaghat | Sep 29, 2025
দেৰগাঁৱত হিন্দু মুছলমান একগোট হৈ সূৰ্য্যকণ্ঠ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত l দেৰগাঁও কুমাৰগাঁৱবাসী ৰাইজৰ সহযোগত সোমবাৰে পুৱা প্ৰায় ১১ বজাত হিন্দু মুছলমান সকলোৱে একেলগে নয়নৰ মণি,ৰাজ্যবাসীৰ ধ্ৰুব তৰা জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি শোকত ভাঙি পৰিছে সকলো l সকলোৰে মুখে মুখে মাত্ৰ এটাই কথা ন্যায় পাওক অতি শীঘ্ৰে জুবিন গাৰ্গে।
Read More News
T & CPrivacy PolicyContact Us