This browser does not support the video element.
ডিফু: হাওৰাঘাট এল এ চিৰ অন্তৰ্গত দুৱাৰবাগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী,উপস্থিত ই এম ৰিচাৰ্ড টকবি
Diphu, East Karbi Anglong | Sep 8, 2025
হাওৰাঘাট এল এ চিৰ অন্তৰ্গত দুৱাৰবাগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী,উপস্থিত ই এম ৰিচাৰ্ড টকবি।সোমবাৰে বিয়লি প্ৰায় এক মান বজাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট এল এ চিৰ অন্তৰ্গত দুৱাৰবাগুৰিত অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিৰ উপস্থিতিত অনুষ্ঠিত উক্ত যোগদান কাৰ্যসূচীত কেইবা শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ উন্নয়নৰ বাবে এই সক