Download Now Banner

This browser does not support the video element.

মৰিগাঁও: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক কংগ্ৰেছ দলে অপমান সূচক মন্তব্য কৰাৰ বাবে জিলাৰ মাজমজিয়াত বি জেপি ৰ প্ৰতিবাদ

Marigaon, Morigaon | Sep 1, 2025
মৰিগাঁও জিলাৰ মাজমজিয়াত ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক কংগ্ৰেছ দলে অখালিন মন্তব্য কৰাৰ বাবে এই প্ৰতিবাদ মৰিগাঁও জিলা বিজেপিৰ।উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ লগতে শতাধিক বিজেপি কৰ্মী
Read More News
T & CPrivacy PolicyContact Us