Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: সদৰত AJYCP ৰ জোৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ পাঁচ শতাধিকৰ, প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্র হতাহতি

Dibrugarh East, Dibrugarh | Sep 6, 2025
আজি শনিবাৰে সন্ধিয়া ৭ বজাত মহানগৰৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা থানা চাৰিআলিৰ লৈকে AJYCP ৰ পাঁচ শতাধিক সদস্যৰ বিশাল ৰেলীৰে জোৰ সমদল বাহিৰ কৰে। আৰক্ষীৰ বাধাৰ মাজতেই আৰক্ষীৰ বেৰিকেড ভাঙি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰাৰ ওপৰিও আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয়।
Read More News
T & CPrivacy PolicyContact Us