Download Now Banner

This browser does not support the video element.

নগাঁও: নগাঁৱৰ ৰজাগাঁৱত নাম কৃৰ্তন কৰি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে

Nagaon, Nagaon | Oct 8, 2025
নগাঁৱৰ ৰজাগাঁৱত নাম কৃৰ্তন কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে।বুধবাৰে নিশা প্ৰায় ৯ মান বজাত নগাওঁ জিলাৰ ৰজাগাঁৱত নাম কৃৰ্তন কৰি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰে ৰজাগাওঁবাসী ৰাইজে । প্ৰয়াত শিল্পী গৰাকীক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিশেষকৈ মধ্য অসমৰ নগাঁৱৰ বিভিন্ন প্রান্তৰ সমান্তৰালকৈ মঙলবাৰে নিশা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাম কৃৰ্তন কৰে ৰজাগাওঁবাসী ৰাইজে ।
Read More News
T & CPrivacy PolicyContact Us