This browser does not support the video element.
নগাঁও: শিল্পী জুবিন গাৰ্গৰ নেহেৰুৱালিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Nagaon, Nagaon | Sep 24, 2025
নগাঁৱৰ নেহেৰুৱালিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নগাঁৱৰ নেহেৰুৱালিত হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জুবিন গাৰ্গৰ চিতাভষ্মত নগাঁও জিলাৰ বিভিন্ন দ'ল সংগঠণ,সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শ শ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি প্ৰিয় শিল্পী গৰাকীক কালিলৈ পুৱা নগাঁৱৰ কলং তথা বহ্মপুত্ৰত চিতাভষ্ম বিসৰ্জন দিয়াৰ প্ৰস্তুতি নগাঁও জিলা প্ৰশাসণ তথা অনুৰাগীৰ