This browser does not support the video element.
হোজাই: নতুনবজাৰ নামঘৰৰ সমীপত সঞ্জীত দাসৰ দোকানত চুৰি কাণ্ডৰ ঘটনা, চোৰে লুটিনিয়ে চিলিণ্ডাৰ সহ নগদ ৮০০০টকা
Hojai, Hojai | Aug 28, 2025
হোজাইত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা।নিশা নতুন বজাৰ নামঘৰৰ সমীপত সঞ্জীত দাসৰ দোকানত সংঘটিত হয় এই চুৰি কাণ্ডৰ ঘটনা।ঘটনা সন্ধৰ্ভত বৃহস্পতিবাৰে দিনৰ ২বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগী সঞ্জীত দাসৰ।উল্লেখ্য ধৃত চোৰটোৱে এন্ধাৰৰ সুযোগলৈ চলাইছিল চুৰি কাৰ্য্য।ধৃত চোৰটোৱে দোকানখনৰ পৰা গেছ চিলিণ্ডাৰ আৰু নগদ ৮হেজাৰ টকা লুটি লৈ যায়।ঘটনা সন্ধৰ্ভত ভুক্তভোগীয়ে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে।