This browser does not support the video element.
বৰপেটা: অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতিয়াৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত মাত্ৰু বন্দনা আচনিৰ সভা
Barpeta, Barpeta | Aug 30, 2025
প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আচনিৰ লগতে পোষণ অভিযানৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা এপছৰ কাৰ্যকাৰিতাক লৈ শনিবাৰে বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিভাগটোৰ অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতিয়াৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সভাখনত মাত্ৰু বন্দনা আচনিৰ বাবে হিতাধিকাৰীৰ তালিকা পুনৰ পৰ্যালোচনাৰে প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰা হয়।