Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: হাউলীত শহিদুল ভূঞা নামৰ এজন প্ৰবঞ্চক আটক, জিয়াৰুল হক নামৰ এজন লোকৰ চাৰিচকীয়া বাহন কণ্টেকত লৈ বিক্ৰী কৰাৰ অভিযোগ

India | Jul 30, 2025
জনীয়াৰ মহম্মদপুৰ গাৱঁৰ এজন প্ৰবঞ্চক আটক। প্ৰায় দুই বছৰ পূৰ্বে বৰপেটাৰ উত্তৰ ছাপৰা গাৱঁৰ জিয়াৰুল হকৰ AS 15 AC 5534 নম্বৰৰ টাটা ইণ্ট্ৰা মালবাহী চাৰিচকীয়া বাহন জনীয়াৰ মহম্মদপুৰ গাৱঁৰ শহিদুল ভূঞা নামৰ ব্যক্তি জনে কণ্টেকত লয়। কিন্তু বাহণখন কণ্টেকত লোৱাৰ পিছতেই বাহন খন বেলেগৰ ওচৰত বিক্ৰী কৰি দিয়াৰ অভিযোগ। ঘটনা সম্পৰ্কে থানাত এজাহাৰ দাখিল কৰিছিল জিয়াৰুল হকে। ইমান দিনে শহিদুল ভূঞা বিভিন্ন ঠাইত পলাই ফুৰিছিল যদিও শহিদুল ভূঞাক বুধবাৰে হাউলিৰ পৰা আটক কৰে জিয়াৰুল হকে।
Read More News
T & CPrivacy PolicyContact Us