Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰা আৰক্ষীৰ অবৈধ সুৰাৰ বিৰূদ্ধে অভিযান ,আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণে বিলাতী সূৰা
Mankachar, South Salmara-Mankachar | Sep 11, 2025
বৃহস্পতিবাৰে পূৱতি নিশা আনুমানিক 1 বজাত দক্ষিণ শালমাৰা আৰক্ষীৰ নিশা দক্ষিণ শালমাৰা থানা এলেকাৰ বালাডুবা অঞ্চলৰ দুটা ঠাইত অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমানৰ বিলাতী সূৰা।ইয়াৰে 375ml ৰ 4 বটল আৰু 180ml ৰ 22 বটল McDowell's ,375ml ৰ 2 বটল আৰু 180ml ৰ 17 বটল Officer's Choice আৰক্ষী অভিযানত জব্দ কৰিবলৈ সক্ষম হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!