Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: কংগ্ৰেছৰ বিৰুদ্ধে জিলা বিজেপিৰ উদ্যোগত শিৱসাগৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ

Sibsagar, Sivasagar | Sep 1, 2025
কংগ্ৰেছৰ বিৰুদ্ধে জিলা বিজেপিৰ উদ্যোগত প্ৰতিবাদী সমদল শিৱসাগৰ নগৰৰ মাজমজিয়াত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক লৈ কংগ্ৰেছ দলে বিৰূপ মন্তব্য কৰাৰ অভিযোগ। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ কে পি হলৰ সমীপৰ পৰা ঐতিহাসিক শিৱদৌলৰ সন্মুখ পৰ্যন্ত উলিওৱা হয় প্ৰতিবাদী সমদল ।
Read More News
T & CPrivacy PolicyContact Us