Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: নগৰ স্থিত ষ্টেডিয়ামত জিলা আয়ুক্তৰ উপস্থিতিত আজি সামৰণি পৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ তিনিদিনীয়া অনুষ্ঠান
Jorhat West, Jorhat | Aug 31, 2025
নগৰ স্থিত ষ্টেডিয়ামত জিলা আয়ুক্তৰ উপস্থিতিত আজি সামৰণি পৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ তিনিদিনীয়া অনুষ্ঠান । ২৯ আগষ্টৰ পৰা যোৰহাটত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । সেই উপলক্ষে আজি 31 আগষ্টত যোৰহাট ষ্টেডিয়ামৰ প্ৰাংগনৰ পৰা আয়োজন কৰা হৈছিল চাইকেল ৰেলি। পথিকৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া কাৰ্য্যালয় আৰু SBI ভাৰতীয় ষ্টেট বেংকৰ সহযোগিতা আগবঢ়াই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!