Install App
arindram93
This browser does not support the video element.
টিংখং: কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মন্ত্ৰী বিমল বৰা, যাত্ৰাপথত লেঙেৰীত পথৰ ওপৰত বিপদজনক ভাৱে পৰি দুৰ্ঘটনাসম্ভাব্য ফলক
Tingkhong, Dibrugarh | Sep 10, 2025
আজি বুধবাৰে নিশা ১০ বজাত মন্ত্ৰী বিমল বৰাই মৰাণৰ পৰা লেঙেৰী হৈ নাহৰকটীয়া পথত যাত্ৰা কৰোঁতে বিপদসংকুল ভাৱে দুৰ্ঘটনা সম্ভাব্য ভাৱে এখন ক'লা-হালধীয়া প্রতিফলক পথৰ ওপৰত পৰি থকা প্ৰত্যক্ষ কৰে মন্ত্ৰী গৰাকীয়ে। ততাতৈয়াকৈ মন্ত্ৰী বিমল বৰাই প্ৰতিফলকখন যথাস্থানত ৰখাৰ ব্যৱস্থা কৰে আৰু ইয়াৰ পৰা বহু যান বাহন সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বুলি জানিবলৈ দিয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!