Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: দুৰ্গাপূজাত জাক জমকতা , সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহয় যোৰহাটত ,প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি এই কথা উল্লেখ
Jorhat West, Jorhat | Sep 27, 2025
দুৰ্গাপূজাত জাক জমকতা , সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহয় যোৰহাটত । প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি এই কথা উল্লেখ। প্ৰেছ ক্লাবত কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ সংবাদ মেলত উল্লেখ কৰে । যোৰহাটত এইবাৰ আধ্যাত্মিকতাৰে সকলো পূজা উদযাপন কৰিবলৈ আহ্বান । জাক জমকতা , নৃত্য গীত পৰিহাৰ কৰিব লাগে পূজা কমিটি সমূহে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!