Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: ৰাজগড় আলি চাহ বাগিছা ৰাজহুৱা কৰম সন্মিলন উপলক্ষে বালি (যাৱা) উঠোৱা কাৰ্যসূচী

Tinsukia, Tinsukia | Aug 31, 2025
মাকুম ৰাজগড় আলি চাহ বাগিছাৰ খেলপথাৰত অহা ইংৰাজী ৬ ছেপ্টেম্বৰ তাৰিখে কৰম উদযাপন সমিতি আৰু বাগিছাখনৰ ৰাইজৰ সহযোগত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দশম বাৰ্ষিক ৰাজগড় আলি চাহ বাগিছা ৰাজহুৱা কৰম সন্মিলন খনি অনুষ্ঠিত কৰা হব,উক্ত পবিত্ৰ কৰম সন্মিলন খনি উপলক্ষে আজি দেওবাৰে বিয়লি প্ৰায় ৩ বজাত উদযাপন সমিতিৰ লগতে বাগিছা খনৰ ৰাইজে একত্ৰিত হৈ নদীৰ পৰা সম্পূৰ্ণ নীতি নিয়মেৰে বালি তুলি আনি বালি উঠা কাৰ্যসূচী সম্পন্ন কৰে
Read More News
T & CPrivacy PolicyContact Us