This browser does not support the video element.
নগাঁও: শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী চকীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল
Nagaon, Nagaon | Aug 4, 2025
শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ উজনি অসমত শ্ৰমিক সকলৰ ওপৰত চলি থকা অত্যাচাৰৰ অভিযোগত জুৰীয়া আৰক্ষী থানাত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে। সংগঠনে অভিযোগ কৰে যে, শ্ৰমিকসকলৰ ওপৰত উদ্দেশ্যমূলকভাৱে অত্যাচাৰ কৰা হৈছে, যি কেতিয়াও সহ্য কৰা নহ'ব। সংগঠনে স্পষ্টভাৱে দাবী কৰে — এই শ্ৰমিকসকল অসমৰেই সন্তান, তেওঁলোকৰ ওপৰত এই ধৰণৰ ব্যৱহাৰ অমানৱীয় আৰু সংবিধান বিৰোধী। সংগঠনে শিৱসাগৰ জিলা প্ৰশা