This browser does not support the video element.
শিৱসাগৰ: সদৰত ভটিয়াপাৰৰ অ এন জি চিৰ ৰীগৰ বিস্ফোৰণ কাণ্ডক লৈ সৰৱ হৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেল
Sibsagar, Sivasagar | Jun 13, 2025
শিৱসাগৰ সদৰত ভটিয়াপাৰৰ অ এন জি চিৰ ৰীগৰ বিস্ফোৰণ কাণ্ডক লৈ সৰৱ হৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেল । সংগঠনটোৰ উদ্যোগত শিৱসাগৰত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক পাঞ্জা প্ৰতিযোগিতা আগন্তুক ১৫ জুন তাৰিখে যাৰ বাবে সেই ঘটনাত আতংকিত গাঁওবাসীৰ কাষত যাব পৰা সংগঠনটো ব্যস্ততাৰ বাবে । কিন্তু সেই বুলি দ্বিতীয় বাঘজান শিৱসাগৰত বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে হব দিব নোৱাৰি বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।